> काव्य-धारा (Poetry Stream): जीवन, प्यार और आत्मा-झलक : मई 2015

मंगलवार, 26 मई 2015

প্ৰশ্ন (Question)

প্ৰশ্ন
-----

মোৰ মৰম, তুমি আজি বৰকে মনত পৰি আছা

আৰো মই বৰ অকলশৰিয়া অনুভৱ কৰি আছো

আগতে মই কান্দাতে তেমি মোক চুপ কৰাইছিলা

আজি তুমি মোৰ কাষতে কত আতৰি গলা ?

(c) হেমন্ত কুমাৰ দুবে

Translation in English:

Question
---------

My love, you are being thought of a lot today
And I am feeling totally alone
When I cried last time you consoled me
Today leaving my side where have you gone ?

(c) Hemant Kumar Dubey